WhatsApp Group Join Now
Telegram Group Join Now
Facebook Page Join Now

Assam Snehasparsh Scheme 2024 Application Form [স্নেহাস্পৰ্শ]

Assam Snehasparsh Scheme 2024 | NHM Assam Sneha Sparsh Yojana | Assam government healthcare scheme Application Form | Sneha Sparsh In Assam | arogya nidhi assam – arogya nidhi scheme

असम सरकार द्वारा Assam Snehasparsh Scheme 2024 के लिए Online Application Form पीडीएफ ऑनलाइन आधिकारिक वेबसाइट nhm.assam.gov.in पर उपलब्ध करा दी गई है। Assam Govt. की Snehasparsh Scheme एक सार्वजनिक पहल है जिसका उद्देश्य बहुत उच्च अंत विशेष उपचार के खर्च को वहन करना है। लोग अब nhm.assam.gov.in आधिकारिक Online Portal के माध्यम से पीडीएफ फॉर्मेट में Assam Snehasparsh Scheme 2024 Registration फॉर्म डाउनलोड कर सकते हैं। इस लेख में, हम आपको complete Snehasparsham scheme की पूरी जानकारी, how to download apply online Application form, eligibility of the scheme, place of treatment, maximum amount admissible for a disease, progress report इत्यादि के बारे में बताएंगे।

Snehasparsh Scheme 2024 (স্নেহাস্পৰ্শ)

স্নেহাস্পৰ্শৰ সাহিত্যিক অৰ্থ হ`ল `প্ৰেমৰ স্পৰ্শ` এক ব্যতিক্ৰমি আৰু একক স্বাস্থ্য যতন উদ্যোগ ১২ বছৰৰ অধীনৰ শিশুৰ বাবে যিটো অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা শুভাৰম্ভ কৰা হয়। আঁচনি খন এন এইচ এম, অসমৰ দ্বাৰা কাৰ্য্যকৰী কৰা হয়, ২০১২-১৩ বিত্তীয় বৰ্ষত ৫ কোটি টকা ধাৰ্য্য কৰি অসমীয়া নতুন বছৰৰ প্ৰথম দিন ১৫ এপ্ৰিল ২০১৩ত পতাকা উত্তোলন কৰা হয়।

স্নেহ স্পৰ্শই জন স্বাস্থ্য উদ্যোগৰ কাৰণে কঠোৰ সংগ্ৰাম কৰি আছে উচ্চ হাৰত খৰচেৰে থেলাচেমীয়া অস্থি-মজ্বাৰ সংৰোপণ, যকৃত আৰু বৃক্কৰ সংৰোপণ আৰু জোৰাৰ ঘিলা বদ্ধমূল কৰাৰ বিশেষ চিকিৎসাৰ কাৰণে

Snehasparsh का अर्थ है “प्यार का स्पर्श”, 12 साल से कम उम्र के बच्चों के लिए हाल ही में अद्वितीय स्वास्थ्य देखभाल पहल है। यह योजना असम सरकार के स्वास्थ्य और परिवार कल्याण विभाग द्वारा शुरू की गई थी।”

Assam Snehasparsh Scheme 2024
Assam Snehasparsh Scheme

Snehasparsh Scheme Application Form PDF

असम स्नेह स्पर्श योजना मैं आवेदन करने के लिए आवेदन फॉर्म केसे डाउनलोड करना है तो यहाँ नीचे ऑनलाइन मोड के माध्यम से PDF फॉर्मेट में Assam Snehasparsh yojana 2022-23 आवेदन पत्र डाउनलोड करने की पूरी प्रक्रिया दी गई है:-

  • आवेदन फॉर्म पीडीएफ डाउनलोड करने के लिए सबसे पहले नीचे दिए गए लिंक पर जाएं https://nhm.assam.gov.in/frontimpotentdata/snehasparsh
  • अब योजना के पेज पर पहुंचने के बाद सबसे नीचे दिए गए “Download” अनुभाग पर जाएँ और फिर “Application Form For Sneha Sparsha (স্নেহা স্পৰ্শৰ কাৰণে আবেদন পত্ৰ)” लिंक पर क्लिक करें।
  • जैसे ही आप ऊपर बताए गए लिंक पर क्लिक करते हैं तो Snehasparsh Scheme Application Form PDF आपके सामने खुलकर आ जाएगी जैसा कि नीचे दिखाया गया है
Assam Sneha sparsh Scheme Application Form
  • तदनुसार, पीडीएफ प्रारूप में Sneha Sparsha Scheme आवेदन पत्र डाउनलोड करें, इसे भरें और संबंधित अधिकारियों को नीचे बताए अनुसार जमा करें।

पीडीएफ फॉर्मेट में Snehasparsha Scheme पंजीकरण फॉर्म को सफलतापूर्वक जमा करने के बाद, आवेदक high end specialized treatment for various diseases का लाभ उठा सकेंगे।

Sneha Sparsha Application FormPDF Download

Where to Submit Snehasparsham Scheme Application Form

आवेदन पत्र भरकर प्रधानाध्यापक / वाइस प्रिंसिपल, गौहाटी मेडिकल कॉलेज एंड हॉस्पिटल, भानगढ़, गुवाहाटी, असम -781032 को हाथ से या डाक से जमा करना होता है। “Sneha Sparsham Yojana के लिए आवेदन” को ब्लॉक पत्रों में लिफाफे पर लिखा जाना चाहिए।

The Filled in application form is to be submitted, by hand or by post, to Principal/Vice Principal, Gauhati Medical College & Hospital, Bhangagarh, Guwahati, Assam-781032. ‘Application for Sneha Sparsha Scheme’ should be written on the envelope in Block Letters.

Snehasparsh Scheme Eligibility Criteria

केवल वे उम्मीदवार जो नीचे दिए गए सभी पात्रता मानदंड को पूरा करते हैं, वे Sneha Sparsh योजना के लिए पात्र होंगे: –

  • आवेदन करने वाले को असम राज्य का निवासी होना चाहिए।
  • सभी स्रोतों से रोगी की कुल वार्षिक पारिवारिक आय 2.50 लाख रुपये से अधिक नहीं होनी चाहिए।
  • योजना के लिए गरीबी रेखा से नीचे (BPL) परिवारों को प्राथमिकता दी जाएगी।

आवेदन के साथ ही लाभार्थी या अभिभावकों को सक्षम प्राधिकारी द्वारा जारी एक आय प्रमाण पत्र प्रस्तुत करना होगा

যিবোৰ পৰিয়ালৰ বছৰেকীয়া আয় ২.৫০ লাখতকৈ কম তোওঁলোকে এই আঁচনিৰ অধীনত সুযোগ লাভৰ কাৰণে যোগ্যতা অৰ্জন কৰিব বি পি এল পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হয়।

হিতাধিকাৰী বা অভিভাৱকে আয়ৰ প্ৰমাণমত্ৰ দাখিল কৰিব লাগে আৰ্হতাসম্পন্ন কৰ্তৃপক্ষৰ ওচৰত, যেনে উপসঞ্চালক, উপ সংমণ্ডলৰ কেন্দ্ৰ বিষয়া, মণ্ডল বিষয়া, খণ্ড উন্নয়ন বিষয়া বা চৰকাৰৰ দ্বাৰা বিত্তীয় সাহাৰ্য্যৰ কাৰণে সময়ে সময়ে যোগ্য বুলি জাননী জাৰি কৰা কৰ্তৃপক্ষ।

Snehasparsh Scheme Required Documents

राज्य के जो भी लोग सरकार की इस योजना में आवेदन करना चाहते हैं उन्हें नीचे दिए गए आवश्यक दस्तावेजों को आवेदन पत्र के साथ जमा कराना होगा:

  • रोगी की तस्वीर (डॉक्टर द्वारा सत्यापित)
  • जन्म प्रमाण पत्र (सत्यापित)
  • आय प्रमाण पत्र (सत्यापित) (Original to be produced at the time of submission of Application Form)
  • आवासीय प्रमाणपत्र (सत्यापित)
  • OPD Advice Slip / Discharge Summary / Prescription

Sneha Sparsha Scheme Place of Treatment for Disease

योजना के तहत कुछ स्वीकार्य प्रक्रियाओं का उपचार मेडिकल कॉलेज अस्पतालों और राज्य के अन्य अस्पतालों में किया जा सकता है, जबकि कुछ बीमारियों के उपचार के लिए राज्य के बाहर उपयुक्त स्वास्थ्य संस्थानों को रेफरल की आवश्यकता हो सकती है।

Sneha Sparsha समिति मामले की योग्यता के आधार पर, राज्य के बाहर सुपर स्पेशिएलिटी ट्रीटमेंट के लिए किसी केस के रेफरल के आधार पर सिफारिश करेगी, या मेडिकल कॉलेज अस्पतालों और राज्य के अन्य अस्पतालों में इलाज के दौरान किए गए चिकित्सा खर्चों की प्रतिपूर्ति पर विचार करेगी। रेफरल के उद्देश्य के लिए, समिति राज्य के बाहर नामित अस्पताल की सिफारिश भी करेगी। दोनों समूहों के लिए Sneha Sparsha Scheme के तहत वित्तीय सहायता की पेशकश की जाएगी।

আঁচনিৰ অধীনত চিকিৎসাৰ কাৰণে ভৰ্তি হোৱা নিয়ম মেডিকেল কলেজ হস্পিতেলত কৰা হব পাৰে আৰু ৰাজ্যৰ ভিতৰত আন হস্পিতেলতো হব পাৰে, যিয়েই নহওক কিছুমান বেমাৰৰ চিকিৎসাৰ কাৰণে ৰাজ্যৰ বাহিৰৰ স্বাস্থ্য প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন হ`ব পাৰে।

স্নেহ স্পৰ্শ সমিতিয়ে পৰামৰ্শ দিব, কেছৰ যোগ্যতাৰ অধীন, ৰাজ্যৰ বাহিৰত সেই কেছৰ বিশেষ চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা বা মেডিকেলৰ খৰচ ঘুৰাই পোৱাৰ বিবেচনাৰে যেতিয়া মেডিকেল হস্পিতেল আৰু আন হস্পিতেলৰ চিকিৎসাধীন হৈ থাকে। প্ৰেৰণ কৰাৰ উদ্দেশ্যে, সমিতিখনে পৰামৰ্শ দিব ৰাজ্যৰ বাহিৰৰ পৰিকল্পিত হস্পিতেললৈ যোৱাৰ বাবে। দুয়োধৰণৰ চিকিৎসা শ্ৰেণীৰ কাৰণে বিত্তীয় সাহাৰ্য্য স্নেহ স্পৰ্শ আঁচনিৰ অধীনত আগবঢ়োৱা হ`ব।

WhatsApp Group Join Now
Telegram Group Join Now
Facebook Page Join Now

Assam Sneha Sparsha Scheme Permitted Procedure / Maximum Amount Admissible

Under this scheme rates notified are indicative and the actual admissible amount shall be fixed through a transparent process:

  1. অস্থি-মজ্জা সংৰোপণ: লিউকেমিয়া (ৰক্ত কৰ্কট) হোৱা শিশুবোৰ আৰু আন অৱস্থা যেনে থেলাচেমিয়া য`ত অস্থি-মজ্জা সংৰোপণকো এক ধৰণৰ চিকিৎসা বুলি ধৰা হয়। স্নেহ স্পৰ্শ আঁচনিয়ে ৰাজ্যৰ আগশাৰীৰ হস্পিতেললৈ প্ৰেৰণ কৰা কেছৰ বাবে ১০ লাখ টকা পৰ্য্যন্ত বিত্তীয় সাহাৰ্য্য আগবঢ়াই বিশেষ সুবিধা থকা এনেকুৱা চিকিৎসাৰ কাৰণে।
  2. কোচলাৰ সংযোগ: কোচলাৰ সংৰোপণৰ প্ৰয়োজন হোৱা শিশুৰ বাবে বি পি এল হিতাধিকাৰীৰ ক্ষেত্ৰত সৰ্ব্বোচ্চ ৫.৩৫ লাখ টকা আৰু এ পি এল হিতাধিকাৰীৰ ক্ষেত্ৰত সৰ্ব্বোচ্চ ৩.০০ লাখ টকা সাহাৰ্য্য আগবঢ়োৱা হয় যদি ৰাজ্যৰ বাহিৰৰ হস্পিতেললৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন হয়।
  3. যকৃত সংৰোপণ: যকৃত সংৰোপণ কৰিব লগা শিশুবোৰক আঁচনিয়ে বিত্তীয় সাহাৰ্য্য আগবঢ়াইচে সৰ্ব্বোচ্চ ১৬.০০ লাখ টকালৈ বি পি এল হিতাধিকাৰীলৈ আৰু ১০.০০ লাখলৈ এ পি এল হিতাধিকাৰীলৈ। ৰাজ্যৰ বাহিৰৰ হস্পিতেললৈ প্ৰেৰণ কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা কৰা হয় যিবোৰত তেনেকুৱা চিকিৎসাৰ সা-সুবিধা আছে।
  4. বৃক্ক সংৰোপণ: যিবোৰ শিশুৰ বৃক্কৰ চিকিৎসাৰ প্ৰয়োজন বি পি এল হিতাধিকাৰী হ`লে সৰ্ব্বোচ্চ ৩.০০ লাখ আৰু এ পি এল হিতাধিকাৰীৰ কাৰণে ২.০০ লাখ টকাৰ বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা হয় যদি আন ৰাজ্যলৈ এনে কেছ প্ৰেৰণ কৰাৰ প্ৰয়োজন বোধ কৰা হয়।
  5. হাত-ভৰিৰ কৃত্ৰিম অংগ: হাত বা ভৰিৰ কৃত্ৰিম অংগ লগোৱাৰ প্ৰয়োজন হোৱা শিশুবোৰক প্ৰসাধন অংগৰ বাবে ১.০০ লাখ আৰু যান্ত্ৰিক কৃত্ৰিম হাত-ভৰি লগাবলৈ সৰ্ব্বোচ্চ ২.৫০ লাখ বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা হয়।
  6. ৰক্ত কৰ্কট: কেমোথোৰাপিৰে সৈতে ৰক্ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ১.০০ লাখ টকা পৰ্য্যন্ত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।
  7. চকু অস্ত্ৰোপচাৰৰ বিশেষ চিকিৎসা: যিবিলাক শিশুক চকু অস্ত্ৰোপচাৰৰ বাবে বিশেষ চকিৎসা যেনে অক্ষিপট অস্ত্ৰোপচাৰ বা নিতম্ব খণ্ড কাৰ্য্যপ্ৰণালী আদিৰ বাবে ১৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।
  8. টিউমাৰ: যিবিলাক শিশুৰ বিভিন্ন ধৰণৰ কঠিন টিউমাৰত খৰচী পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হয় আৰু কেমোথেৰাপি আৰু ৰেডিঅথেৰাপি সৈতে চিকিৎসাৰ কৰা হয় তেওঁলোকক ২৫ হাজাৰ টকা আৰ্থিক সাহাৰ্য্য দিয়া হয় আৰু কোনোবা শিশুক কৰ্কট সম্পৰ্কীয় অস্ত্ৰোপচাৰৰ প্ৰয়োজন হলে তেওঁলোকক ৫০ হাজাৰ টকা সাহাৰ্য্য দিয়া হয়।
  9. স্নায়ৱিক বিসংগতি: স্নায়ৱিক বিসংগতি লৈ যিবোৰ শিশু জন্ম লাভ কৰে যেনে হাইড্ৰচেফোলাচ আৰু স্পিনা বিফিদা, তেনে শিশুক ৫০ হাজাৰ টকা চিকিৎসা সাহাৰ্য্য দিয়া হয় পৰীক্ষা, অস্ত্ৰোপচাৰ আৰু পুনৰ সংস্থাপনৰ কাৰণে।
  10. থেলাচেমিয়া: যিবোৰ শিশু থেলাচেমিয়াত ভোগে তেওঁলোকক ১.০০ লাখ টকা সাহাৰ্য্য দিয়া হয়, যিবোৰ অস্থি-মজ্জা সংৰোপণৰ কাৰণে যোগ্য নহয় কিন্তু বিশেষধৰণৰ চিকিৎসাৰ প্ৰয়োজন হয় যেনে ৰক্ত সঞ্চাৰণ, প্লীহা স্থানান্তৰ আৰু অনুসাৰ্গীক দৰবৰ বাবে।

এইবোৰৰ বাহিৰেও, প্ৰথম পাঁচটা অৱস্থাত ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা আৰু বাকীবোৰ পদ্ধতিগত কাৰ্য্যপ্ৰণালীৰ কাৰণে ৰাজ্যৰ ভিতৰতে মেডিকেল কলেজ হস্পিতেল আৰু আন হস্পিতেল আছে।

Follow Us On Social Media 🙏 🔔

Google News Follow
Twitter Follow
Facebook Follow
Koo AppFollow
InstagramFollow
TelegramFollow

cscportal.in एक ऐसा प्लेटफॉर्म है जहां पर आप सभी को pm yojana,pm yojana in hindi, latest news, facts, review, pm yojana of government,pm modi yojana 2024, सरकारी योजना, प्रदेश योजनाएं और न्यूज़, ब्लॉग ,हाउ टू ट्यूटोरियल आदि की जानकारी आपको मिलेगी सबसे पहले

1 thought on “Assam Snehasparsh Scheme 2024 Application Form [স্নেহাস্পৰ্শ]”

  1. ছাৰ Arundhati gold scheme ৰ পইছা আজি লৈকে পইছা সোমোৱা নাই বেংকত অকল Pending দেখাই থাকে 9মাহ হল আমাৰ বিযা হোৱা?ছাৰ পাৰে জদি সহায় কৰক ছোন?

    Reply

Leave a Comment

Top 10 Bollywood Dandiya & Garba Songs Navratri Special 2024 Hindi Diwas 2024 के बारे में ये बातें आपको भी नहीं पता होंगी Redmi Note 12 5G क्या करना चाहिए इस पर पैसा खर्च Redmi 12 5G हमारी मानें तो इसे मत खरीदना पैसा बर्बाद 6 Best WordPress Caching Plugins